বিশ্বপৰিৱেশ দিৱস উপলক্ষে ইং06/06/2021তাৰিখে(WORLD ENVIROMENT DAY) বৰদলনি (ঘিলামৰা) শিক্ষখণ্ডই আয়োজন কৰা অনলাইন কুইজ/আৰ্ট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়লৈ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী কেইজন হ’ল: যুৱজ্যোতি হাজৰিকা পঞ্চম শ্ৰেণী(কুইজ) জেচমিন গগৈ পঞ্চম শ্ৰেণী(কুইজ) দেৱব্ৰত গগৈ পঞ্চম শ্ৰেণী(কুইজ) গৰিয়সী ফুকন (আৰ্ট, প্ৰথম স্থান) চতুৰ্থ শ্ৰেণী জেচমিন গগৈ (আৰ্ট, দ্বিতীয় স্থান) […]
Read Moreইং 20/6/2021 তাৰিখে বৰদলনি(ঘিলামৰা)শিক্ষাখণ্ডই বিষ্ণুৰাভা দিৱস উপলক্ষে অনুস্থিত কৰা “বিষ্ণুৰাভা সংগীত” অনলাইন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান পাবলৈ সক্ষম হোৱা ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল হ’ল : বিথিকা কোঁছ তৃতীয় শ্ৰেণী নিম্ন শাখাৰ প্ৰথমস্থান ভাৰ্গৱী উপমুন্য দ্বিতীয় শ্ৰেণী নিম্ন শাখাৰ দ্বিতীয়স্থান
Read Moreক শ্ৰেণীৰ….. অন লাইন সাধু কোৱা প্ৰতিযোগিতাৰ ফলাফল:- ১ম স্থান সাধনা গগৈ২য় স্থান মাধুর্য শইকীয়া৩য় স্থান বাস্তৱ শইকীয়া
Read Moreঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ৭৪তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা দেশপ্রেমমূলক নৃত্যৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল:প্রথম স্থান:-বন্তি হাজৰিকা (পঞ্চম শ্ৰেণী।)দ্বিতীয় স্থান :-বিপাশা গগৈ আৰু ময়ূৰী হাজৰিকা। (বিপাশা পঞ্চম শ্রেণী , ময়ূৰী তৃতীয় শ্ৰেণী)দ্বিতীয় স্থান:-লুনা শইকীয়া। (পঞ্চম শ্রেণী) তৃতীয় স্থান :-ৰাজনিশী কোঁছ । (পঞ্চম শ্রেণী)এওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।পুৰষ্কাৰ সমূহ বিদ্যালয় নিয়মীয়া হ’লে দিয়া হ’ব। […]
Read More