ইং২৯-০৮-২০২৩ তাৰিখে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনখন গঠন কৰা হয়।
Read Moreচৰকাৰী নিৰ্দেশ অনুসৰি ইং০১/০৬/২০২২তাৰিখে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন আৰু ইং ০৩/০৬/২০২২ তাৰিখে গুণোৎসৱৰ বহিঃ মূল্যায়ন অনুষ্ঠিত কৰা হ’ব। বিদ্যালয়ৰ পৰা ২০২১চনত ওলাই যোৱা ছাত্র-ছাত্ৰী সকলক গুণোৎসৱৰ মূল্যায়নত অংশ গ্রহণ কৰিবলৈ ইয়াৰ দ্বাৰা জনোৱা হ’ল।
Read Moreবিশ্বপৰিৱেশ দিৱস উপলক্ষে ইং06/06/2021তাৰিখে(WORLD ENVIROMENT DAY) বৰদলনি (ঘিলামৰা) শিক্ষখণ্ডই আয়োজন কৰা অনলাইন কুইজ/আৰ্ট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়লৈ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী কেইজন হ’ল: যুৱজ্যোতি হাজৰিকা পঞ্চম শ্ৰেণী(কুইজ) জেচমিন গগৈ পঞ্চম শ্ৰেণী(কুইজ) দেৱব্ৰত গগৈ পঞ্চম শ্ৰেণী(কুইজ) গৰিয়সী ফুকন (আৰ্ট, প্ৰথম স্থান) চতুৰ্থ শ্ৰেণী জেচমিন গগৈ (আৰ্ট, দ্বিতীয় স্থান) […]
Read Moreইং 20/6/2021 তাৰিখে বৰদলনি(ঘিলামৰা)শিক্ষাখণ্ডই বিষ্ণুৰাভা দিৱস উপলক্ষে অনুস্থিত কৰা “বিষ্ণুৰাভা সংগীত” অনলাইন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান পাবলৈ সক্ষম হোৱা ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল হ’ল : বিথিকা কোঁছ তৃতীয় শ্ৰেণী নিম্ন শাখাৰ প্ৰথমস্থান ভাৰ্গৱী উপমুন্য দ্বিতীয় শ্ৰেণী নিম্ন শাখাৰ দ্বিতীয়স্থান
Read Moreক শ্ৰেণীৰ….. অন লাইন সাধু কোৱা প্ৰতিযোগিতাৰ ফলাফল:- ১ম স্থান সাধনা গগৈ২য় স্থান মাধুর্য শইকীয়া৩য় স্থান বাস্তৱ শইকীয়া
Read Moreঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ৭৪তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা দেশপ্রেমমূলক নৃত্যৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল:প্রথম স্থান:-বন্তি হাজৰিকা (পঞ্চম শ্ৰেণী।)দ্বিতীয় স্থান :-বিপাশা গগৈ আৰু ময়ূৰী হাজৰিকা। (বিপাশা পঞ্চম শ্রেণী , ময়ূৰী তৃতীয় শ্ৰেণী)দ্বিতীয় স্থান:-লুনা শইকীয়া। (পঞ্চম শ্রেণী) তৃতীয় স্থান :-ৰাজনিশী কোঁছ । (পঞ্চম শ্রেণী)এওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।পুৰষ্কাৰ সমূহ বিদ্যালয় নিয়মীয়া হ’লে দিয়া হ’ব। […]
Read Moreবিশিষ্ট লেখিকা, সমাজকৰ্মী, প্ৰকৃতি প্ৰেমী, মেগামিস্ক প্ৰকৃতি সংঘৰ সক্ৰিয় সদস্যা ঘিলামৰা কান্তখনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী ঘিলামৰা গোপালপুৰ গাৱঁৰ নিবাসী ভানুৰাণী শইকীয়া ১০জুলাই পুৱা মাত্র ৫৯বছৰ বয়সত উচ্চ ৰক্তচাপ জনিত ৰোগত ইহলীলা সম্বৰণ কৰে। তেখেতৰ অকাল বিয়োগত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিয়ালবৰ্গ শোকত মৰ্মাহত হয় আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে […]
Read Moreঅহা ইং ৩০-০৬-২০২০ তাৰিখে বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী শ্ৰীযুতা অমৃতপ্ৰভা খনিকৰ বাইদেউৱে অৱসৰ গ্ৰহণ কৰিব ।
Read Moreইং ২৮-০৬-২০২০ তাৰিখে বিদ্যালয়ত “হেমধৰ-ক্ষীৰদা বৃত্তি” প্ৰদান কৰা হ’ব ।
Read More