• June 28, 2020
  • Ghilamara

ইং ২৮-০৬-২০২০ তাৰিখে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত হেমন্ত বৰুৱাৰ সভাপতিত্বত বিদ্যালয়ৰ সৰ্বমুঠ ১০ জন ছাত্র- ছাত্রীক “হেমধৰ-ক্ষীৰদা বৃত্তি” প্ৰদান কৰা হয়।

EVENT INFO :

  • Start Date:June 28, 2020
  • End Date:June 28, 2020
  • Location:Ghilamara