ল’ৰাৰ বাবে
প্ৰথম সাজ – (সোম, মঙ্গল আৰু বুধবাৰ) ডাঠ নীলা (Navy Blue) ৰঙৰ পেণ্ট আৰু বগা কামিজ
দ্বিতীয় সাজ – (বৃহস্পতি, শুক্ৰ আৰু শনিবাৰ) ডাঠ নীলা পেণ্ট আৰু বগা আৰু নীলা মিশ্ৰিত ৰঙৰ কামিজ
ছোৱালীৰ বাবে
প্ৰথম সাজ – (সোম, মঙ্গল আৰু বুধবাৰ) ডাঠ নীলা (Navy Blue) ৰঙৰ স্কাৰ্ট আৰু বগা কামিজ
দ্বিতীয় সাজ – (বৃহস্পতি, শুক্ৰ আৰু শনিবাৰ) ডাঠ নীলা ৰঙৰ স্কাৰ্ট আৰু বগা নীলা মিশ্ৰিত ৰঙৰ কামিজ
চুৱেটাৰ – ডাঠ নীলা (Navy Blue) ৰঙৰ, জোতা ক’লা ৰঙৰ আৰু বগা ৰঙৰ মোজা