Alumnus Speaks

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সকলৰ কিছু অনুভৱৰ উদ্ধৃতি আমাৰ ঘৰৰ প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত থকা (৪৪ নং গোপালপুৰ প্ৰাথমিক বিদ্যালয়) চৌখামঘাট প্ৰাইমেৰী স্কুলখনেই আছিল মোৰ ল’ৰালি জীৱনৰ প্রথম পঢ়াশালি। খ শ্ৰেণীমান পাওঁতে আমি কেইগৰাকীমান ল’ৰা-ছোৱালী বেলেগ ঘৰ এটাত পঢ়াশুনা কৰিছিলো। শুনিছিলো বোলে নতুন স্কুল হ’ব। যি কি নহওক স্কুলখনৰ নাম দিয়া হৈছিল “ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়।” [...] Read More