বিশিষ্ট লেখিকা, সমাজকৰ্মী, প্ৰকৃতি প্ৰেমী, মেগামিস্ক প্ৰকৃতি সংঘৰ সক্ৰিয় সদস্যা ঘিলামৰা কান্তখনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী ঘিলামৰা গোপালপুৰ গাৱঁৰ নিবাসী ভানুৰাণী শইকীয়া ১০জুলাই পুৱা মাত্র ৫৯বছৰ বয়সত উচ্চ ৰক্তচাপ জনিত ৰোগত ইহলীলা সম্বৰণ কৰে। তেখেতৰ অকাল বিয়োগত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিয়ালবৰ্গ শোকত মৰ্মাহত হয় আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয়।
- Posted onJuly 11, 2020
- Notifications
- (0) Comment