বিশ্বপৰিৱেশ দিৱস উপলক্ষে ইং06/06/2021তাৰিখে(WORLD ENVIROMENT DAY) বৰদলনি (ঘিলামৰা) শিক্ষখণ্ডই আয়োজন কৰা অনলাইন কুইজ/আৰ্ট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়লৈ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী কেইজন হ’ল: যুৱজ্যোতি হাজৰিকা পঞ্চম শ্ৰেণী(কুইজ) জেচমিন গগৈ পঞ্চম শ্ৰেণী(কুইজ) দেৱব্ৰত গগৈ পঞ্চম শ্ৰেণী(কুইজ) গৰিয়সী ফুকন (আৰ্ট, প্ৰথম স্থান) চতুৰ্থ শ্ৰেণী জেচমিন গগৈ (আৰ্ট, দ্বিতীয় স্থান) […]
Read Moreইং 20/6/2021 তাৰিখে বৰদলনি(ঘিলামৰা)শিক্ষাখণ্ডই বিষ্ণুৰাভা দিৱস উপলক্ষে অনুস্থিত কৰা “বিষ্ণুৰাভা সংগীত” অনলাইন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান পাবলৈ সক্ষম হোৱা ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল হ’ল : বিথিকা কোঁছ তৃতীয় শ্ৰেণী নিম্ন শাখাৰ প্ৰথমস্থান ভাৰ্গৱী উপমুন্য দ্বিতীয় শ্ৰেণী নিম্ন শাখাৰ দ্বিতীয়স্থান
Read Moreক শ্ৰেণীৰ….. অন লাইন সাধু কোৱা প্ৰতিযোগিতাৰ ফলাফল:- ১ম স্থান সাধনা গগৈ২য় স্থান মাধুর্য শইকীয়া৩য় স্থান বাস্তৱ শইকীয়া
Read More