ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ৭৪তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা দেশপ্রেমমূলক নৃত্যৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল:প্রথম স্থান:-বন্তি হাজৰিকা (পঞ্চম শ্ৰেণী।)দ্বিতীয় স্থান :-বিপাশা গগৈ আৰু ময়ূৰী হাজৰিকা। (বিপাশা পঞ্চম শ্রেণী , ময়ূৰী তৃতীয় শ্ৰেণী)দ্বিতীয় স্থান:-লুনা শইকীয়া। (পঞ্চম শ্রেণী) তৃতীয় স্থান :-ৰাজনিশী কোঁছ । (পঞ্চম শ্রেণী)এওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।পুৰষ্কাৰ সমূহ বিদ্যালয় নিয়মীয়া হ’লে দিয়া হ’ব। […]
Read More
প্ৰতিষ্ঠা কালৰ পৰা বিদ্যালয়ৰ বৃত্তি প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা ১৯৬৮ চন শ্ৰীমতী দেৱযানী শৰ্মা শ্ৰীমতী মীনা কুমাৰী শ্ৰীমতী নিৰদা বালা দেউৰী ১৯৭১ চন শ্ৰী নৱ কুমাৰ চায়েঙ্গীয়া শ্ৰী প্ৰসেনজিৎ বৰুৱা ১৯৭২ চন শ্ৰীমতী জেনীকুমাৰী দাস ১৯৭৩ চন শ্ৰীমতী কুসুম কুমাৰী চায়েঙ্গীয়া ১৯৭৪ চন শ্ৰী বিপুল শইকীয়া শ্ৰী জোস্না বৰুৱা শ্ৰী গঙ্গা প্ৰসাদ হাজৰিকা শ্ৰী মহেশ কুমাৰ [...] Read More

