• November 14, 2025

আজি ইং30/06/2020তাৰিখে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুতা অমৃত প্ৰভা খনিকৰ বাইদেৱে অৱসৰ গ্রহণ কৰে। এই উপলক্ষে বিদ্যালয় প্ৰাঙ্গনত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়। শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতি তথা এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰীযুতা পুণ্যৱতী গগৈ, শ্ৰীযুত পদ্মেশ্বৰ বৰগোহাঁই, শ্ৰীযুতা অনিমা বৰুৱা আৰু শ্ৰীযুতা সুৱৰ্ণ কলিতা বাইদেউৰ উপস্থিতিত এক গাম্ভীর্যপূৰ্ণ পৰিৱেশত অমৃত বাইদেউৰ কৰ্মৰাজিৰ কৃতজ্ঞতা জনাই গামোচা, চেলেংচাদৰ ,শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে সন্মান জনায়।

EVENT INFO :

  • Start Date:November 14, 2025
  • End Date:November 14, 2025